PMEGP LOAN INTEREST RATE, SUBSIDY, ELIGIBILITY ETC ALL DESCRIBED IN ASSAMESE LANGUAGE

প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী: Prime Minister’s Employment Generation Programme, PMEGP Loan Interest Rate and How to Apply PMEGP Loan Online?

Prime Minister’s Employment Generation Programme (PMEGP Loan): প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী (PMEGP) হৈছে কেন্দ্ৰীয় চৰকাৰৰ এক ক্ৰেডিট-লিংকযুক্ত ৰাজসাহায্য কাৰ্যসূচী আৰু গ্ৰাম্য তথা চহৰ উভয় অঞ্চলতে কৰ্মসংস্থাপন সৃষ্টি কৰা হৈছে এই আচঁনি‌ৰ লক্ষ্য। কৃষি শ্ৰেণীৰ অন্তৰ্গত খণ্ডৰ বাহিৰে সকলো খণ্ডৰ বাবে কেন্দ্ৰীয় খণ্ডৰ আঁচনি উপযোগী। পিএমইজিপি (PMEGP) হৈছে কেন্দ্ৰীয় খণ্ডৰ এক উল্লেখযোগ্য আঁচনি আৰু ই অতি ক্ষুদ্ৰ,…

Read More