প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী: Prime Minister’s Employment Generation Programme, PMEGP Loan Interest Rate and How to Apply PMEGP Loan Online?

PMEGP LOAN INTEREST RATE, SUBSIDY, ELIGIBILITY ETC ALL DESCRIBED IN ASSAMESE LANGUAGE

Prime Minister’s Employment Generation Programme (PMEGP Loan): প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী (PMEGP) হৈছে কেন্দ্ৰীয় চৰকাৰৰ এক ক্ৰেডিট-লিংকযুক্ত ৰাজসাহায্য কাৰ্যসূচী আৰু গ্ৰাম্য তথা চহৰ উভয় অঞ্চলতে কৰ্মসংস্থাপন সৃষ্টি কৰা হৈছে এই আচঁনি‌ৰ লক্ষ্য। কৃষি শ্ৰেণীৰ অন্তৰ্গত খণ্ডৰ বাহিৰে সকলো খণ্ডৰ বাবে কেন্দ্ৰীয় খণ্ডৰ আঁচনি উপযোগী।

পিএমইজিপি (PMEGP) হৈছে কেন্দ্ৰীয় খণ্ডৰ এক উল্লেখযোগ্য আঁচনি আৰু ই অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰণালয়ৰ (Ministry of Micro, Small & Medium Enterprises) দ্বাৰা পৰিচালিত।

PMEGP Loan: Benefits / লাভসমূহ-

1. এই আচঁনি‌খনে গ্ৰাম্য আৰু চহৰীয়া অঞ্চলৰ নিবনুৱাসকলৰ বাবে অকৃষি খণ্ডত নতুন ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবে কম সুতৰ ঋণ আৰু ৰাজসাহায্য প্ৰদান কৰে।
2. এই আঁচনিখনে  উৎপাদন খণ্ডৰ বাবে সৰ্বাধিক 50 লাখ টকা আৰু সেৱাখণ্ডৰ বাবে সৰ্বাধিক 20 লাখ টকাৰ ঋণ প্ৰদান কৰে।
3. এই আচঁনি‌খনে আবেদনকাৰীক ঋণৰ 15% ৰ পৰা 35% পৰ্যন্ত ৰাজসাহায্য প্ৰদান কৰে।
4. এই  আঁচনিৰ সুবিধা লাভ কৰিবলৈ আবেদনকাৰীৰ আয়ৰ কোনো উচ্চসীমা  নাথাকিব।
5. গ্ৰাম্য অঞ্চলৰ পৰা চহৰলৈ প্ৰব্ৰজনৰ হাৰ হ্ৰাস কৰিবলৈ এই আচঁনি‌খনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

PMEGP Loan: Interest Rate / সুতৰ হাৰ-

এই আচঁনি‌খনৰ সুতৰ হাৰ নিয়মীয়া আৰু ইয়াৰ হাৰ হৈছে 11% ৰ পৰা 12% ৰ ভিতৰত।

PMEGP Loan: Subsidy Rate / ৰাজসাহায্যৰ হাৰ

আবেদনকাৰীৰ জাতিআবেদনকাৰীৰ অংশ
(মুঠ প্ৰকল্পৰ)
নগৰীয়া ৰাজসাহায্যৰ হাৰগ্ৰাম্য ৰাজসাহায্যৰ হাৰ
সাধাৰণ (General)10%15%25%
বিশেষ ( SC/ST/OBC)5%25%35%
PMEGP Loan Subsidy Rate

PMEGP Loan: Eligibility / যোগ্যতাসমূহ-

1. আবেদনকাৰীৰ বয়স 18 বছৰ বা তাতোধিক হ’ব লাগিব।
2. আবেদনকাৰীৰ বৈধ আধাৰ কাৰ্ড থাকিব লাগিব।
3. এই আচঁনি‌ৰ সুবিধা ল’বলৈ অৰ্থাৎ উৎপাদন খণ্ডত 10 লাখ টকাৰ ঋণ আৰু সেৱাখণ্ডত 5 লাখ টকাৰ ঋণ লাভ কৰিবলৈ আবেদনকাৰীৰ শিক্ষাগত অৰ্হতা কমেও অষ্টম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব।
4. যদিহে আপুনি গ্ৰামীণ অঞ্চলৰ বাসিন্দা হয় তেন্তে তাৰ প্ৰমাণপত্ৰ লাগিব।
5. (PMRY, REGP, PMEGP, CMEGP) বা ভাৰত চৰকাৰ বা ৰাজ্য চৰকাৰৰ অন্য কোনো আঁচনিৰ অধীনত বৰ্তমানে ৰাজসাহায্য লাভ কৰি থকা ইউনিট আৰু ইতিমধ্যে যিকোনো চৰকাৰী ৰাজসাহায্য লাভ কৰা ইউনিট সমূহ এই আচঁনি‌ৰ বাবে যোগ্য নহয়।

অন্যান্য কোন সমূহ অনুষ্ঠানে PMEGP Loan ৰ বাবে আবেদন কৰিব পাৰিব ?

1. আত্মসহায়ক গোট (আনকি দৰিদ্ৰ সীমাৰেখাৰ তলত পৰা গোটসমূহেও আবেদন কৰিব পাৰিব যদিহে  আত্মসহায়ক গোট বা আন আঁচনিৰ পৰা সুবিধা লাভ কৰা নাই)।
2. ছ’চাইটি পঞ্জীয়ন আইন, ১৮৬০ৰ অধীনত পঞ্জীয়ন কৰা প্ৰতিষ্ঠান।
3. উৎপাদনক্ষম  সমবায় সমিতি।
4. চেৰিটেবল ট্ৰাষ্ট (Charitable Trust)।

Documents Required: PMEGP Loan ৰ বাবে কি কি নথিপত্ৰ লাগিব ?

  1. পাছপৰ্টৰ আকাৰৰ ফটো।
  2. উচ্চতম শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ।
  3. প্ৰকল্প প্ৰতিবেদনৰ সাৰাংশ/ বিশদ প্ৰকল্প প্ৰতিবেদন।
  4. সামাজিক/ বিশেষ শ্ৰেণীৰ প্ৰমাণ পত্ৰ, যেনে- SC/ST/OBC ইত্যাদি (যদি প্ৰযোজ্য হয়)।
  5. গ্ৰাম্য অঞ্চলৰ প্ৰমাণ পত্ৰ (যদি প্ৰযোজ্য হয়)।

Also Read: PM SVANidhi Yojana: Street Vendors অৰ্থাৎ ৰাস্তাৰ কাষত দোকান দিয়া ব্যৱসায়ী সকলৰ বাবে বিপদৰ সাৰথি স্বৰূপ এক আঁচনি

PMEGP Loan ৰ বাবে কেনেকৈ আবেদন কৰিব ? / How To Apply For PMEGP Loan?

1. সৰ্বপ্ৰথমে PMEGP ৰ অফিচিয়েল ৱেবছাইট‌ www.kviconline.gov.in ভিজিট কৰিব লাগিব।

2. ইয়াৰ পিছত Dashboard‌ প্ৰথমে থকা “Application for New Unit” টেবত ক্লিক কৰিব লাগিব।

3. লগে লগে আবেদন পত্ৰ খন খুলি যাব আৰু তাত নিজৰ নাম, আধাৰ কাৰ্ড নম্বৰ, ব্যৱসায়ৰ প্ৰকাৰ যেনে – সেৱাখণ্ড/ উৎপাদন খণ্ড ইত্যাদি তথ্যসমূহ পূৰণ কৰিব লাগিব।

4. তাৰ পিছৰ Submit ত ক্লিক কৰি দিয়াৰ লগে লগে ID আৰু PASSWORD আপোনাৰ পঞ্জীকৃত মোবাইল নম্বৰত প্ৰেৰণ কৰা হব।

5. আকৌ DASHBOARD ত ঘূৰি আহি “Registered Applicant” বিকল্পত login কৰিব লাগিব।

6. এতিয়া আপুনি “Upload ” বিকল্পত ক্লিক কৰি প্ৰয়োজনীয় নথিপত্ৰ সমূহ আপলোড কৰিব লাগিব।

7. তাৰ পিছৰ আপুনি ওপৰত থকা “Scorecard” টেবট ক্লিক কৰিব লাগিব আৰু কিছুমান সাধাৰণ প্ৰশ্ন যেনে-

  • আপোনাৰ শিক্ষাগত অৰ্হতা কিমান?
  • আপোনাৰ নিজৰ নামত ঘৰ আছে নে?
  • আপোনাৰ পৰিয়ালৰ সদস্য কিমান?
  • আপোনাৰ  অভিজ্ঞতা কিমান ? ইত্যাদি।

8. এই প্ৰশ্নসমূহৰ উত্তৰ দিয়াৰ পিছত “Final Submit” ত click কৰি দিব।
টোকা: যদিহে আপোনাৰ Scorecard ৰ নম্বৰ 60 তকৈ বেছি হয় তেন্তে আপোনাৰ ঋণ পোৱাৰ সম্ভাৱনা বেছি।

9. অৱশেষত কতৃপক্ষই আবেদন গ্ৰহণ কৰিলে KVIB / KVIC ৰ ফালৰ পৰা আপোনাক ফোন কৰা হব আৰু ওচৰৰ বেংকত আপোনাক সংযোগ স্থাপন কৰিবলৈ দিয়া হব।

10. আপোনাৰ ঋণ বেংকৰ ফালৰ পৰা অনুমোদিত হলে আপোনাক Entrepreneurship Development Programme (EDP) প্ৰশিক্ষণ দিয়া হব আৰু বেংক একাউণ্টত ধন জমা কৰি দিয়া হব।

78 thoughts on “প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী: Prime Minister’s Employment Generation Programme, PMEGP Loan Interest Rate and How to Apply PMEGP Loan Online?

  1. Good Day

    This is Mike Dickinson

    Let me introduce to you our latest research results from our constant SEO feedbacks that we have from our plans:

    https://www.strictlydigital.net/product/semrush-backlinks/

    The new Semrush Backlinks, which will make your aabedon.com SEO trend have an immediate push.
    The method is actually very simple, we are building links from domains that have a high number of keywords ranking for them. 

    Forget about the SEO metrics or any other factors that so many tools try to teach you that is good. The most valuable link is the one that comes from a website that has a healthy trend and lots of ranking keywords.
    We thought about that, so we have built this plan for you

    Check in detail here:
    https://www.strictlydigital.net/product/semrush-backlinks/

    Cheap and effective

    Try it anytime soon

    Regards
    Mike Dickinson

    mike@strictlydigital.net

  2. Hi there,

    My name is Mike from Monkey Digital,

    Allow me to present to you a lifetime revenue opportunity of 35%
    That’s right, you can earn 35% of every order made by your affiliate for life.

    Simply register with us, generate your affiliate links, and incorporate them on your website, and you are done. It takes only 5 minutes to set up everything, and the payouts are sent each month.

    Click here to enroll with us today:
    https://www.monkeydigital.org/affiliate-dashboard/

    Think about it,
    Every website owner requires the use of search engine optimization (SEO) for their website. This endeavor holds significant potential for both parties involved.

    Thanks and regards
    Mike Nyman

    Monkey Digital

  3. This service is perfect for boosting your local business’ visibility on the map in a specific location.

    We provide Google Maps listing management, optimization, and promotion services that cover everything needed to rank in the Google 3-Pack.

    More info:
    https://www.speed-seo.net/ranking-in-the-maps-means-sales/

    Thanks and Regards
    Mike King

    PS: Want a ONE-TIME comprehensive local plan that covers everything?
    https://www.speed-seo.net/product/local-seo-bundle/

  4. Hi there,

    I have reviewed your domain in MOZ and have observed that you may benefit from an increase in authority.

    Our solution guarantees you a high-quality domain authority score within a period of three months. This will increase your organic visibility and strengthen your website authority, thus making it stronger against Google updates.

    Check out our deals for more details.
    https://www.monkeydigital.co/domain-authority-plan/

    NEW: Ahrefs Domain Rating
    https://www.monkeydigital.co/ahrefs-seo/

    Thanks and regards
    Mike Fraser

  5. Hi there

    Are you sick of spending money on advertising that doesn’t pay off? We have the right strategy for you, to meet the right audience within your City boundaries.

    Read more details here:
    https://www.onlinelocalmarketing.org/product/local-research-advertising/

    With our innovative marketing approach, you will receive calls, leads, and website interactions within a week.
    We can reach any type of business audience quickly and ethically.
    You can try it by visiting our website, it’s cheap and very effective. This will make us your partners for a long time.

    Regards
    Mike Holiday
    https://www.onlinelocalmarketing.org

Leave a Reply

Your email address will not be published. Required fields are marked *