PMAY Update: PMAY Permanent Waiting List ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ Pradhan Mantri Awaas Yojana-Gramin ৰ এটি Website ত প্ৰকাশ পাইছে।
আপুনি PMAY Permanent Waiting List খন কেনেকৈ Download কৰিব, নিজৰ নাম আছে নে নাই কেনেকৈ চাব, সেই সকলোবোৰ Step-By-Step তলত ভালদৰে দেখুওৱা হৈছে। লগতে PMAY Scheme ৰ লগত জৰিত বিভিন্ন ধৰনৰ গুৰুত্বপূৰ্ণ তথ্যসমূহ উল্লেখ কৰা হৈছে।
PMAY SCHEME ৰ চমু বিৱৰণী
PMAY Scheme অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা হৈছে ভাৰতৰ দৰিদ্ৰ আৰু পিছপৰা লোকসকলক পকী ঘৰ প্ৰদান কৰাৰ লক্ষ্য আগত ৰাখি প্ৰধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদী দেৱে আৰম্ভ কৰা এক অভিলাখি আঁচনি।
এই মিছনটো দুটা ভিন্ন আঁচনিৰ মাজেৰে চলি আছে: নগৰ অঞ্চলৰ বাবে প্ৰধান মন্ত্রী আৱাস যোজনা পৌৰ (PMAY-U) আৰু গ্ৰাম্য অঞ্চলৰ বাবে প্রধান মন্ত্রী আৱাস যোজনা গ্রামীণ (PMAY-G) I
PMAY-G: প্রধানমন্ত্রী আৱাস যোজনা গ্রামীণ
PMAY-G ৰ লক্ষ্য হৈছে গ্ৰাম্য অঞ্চলৰ সকলো গৃহহীন পৰিয়াল আৰু কেঁচা আৰু জৰাজীৰ্ণ ঘৰত বাস কৰা পৰিয়ালসমূহক মৌলিক সুবিধাসমূহৰ সৈতে এটা পকা ঘৰ প্ৰদান কৰা।
ধনৰাশি পোনপটীয়াকৈ হিতাধিকাৰীৰ আধাৰ-সংযুক্ত বেংক একাউণ্ট / ডাকঘৰ একাউণ্টলৈ স্থানান্তৰ কৰা হয়। লক্ষ্য প্ৰাপ্তি উদ্দেশ্যে PMAY আৰু দুবছৰৰ বাবে অৰ্থাৎ 2024 চনৰ 31 মাৰ্চলৈকে বৃদ্ধি কৰা হৈছে।
যিকোনো Panchayat ৰ PMAY Permanent Waiting List অথবা Beneficiary List Download কৰাৰ Step-By-Step Process
Step 1: PMAY ৰ অধীনৰ এটি অফিচিয়েল ৱেবছাইট awaasoft.nic.in ত Visit কৰক অথবা Beneficiary details for verification এই Link টোত ক্লিক কৰি Step 4 ৰ পৰা দেখুওৱাৰ দৰে কৰি যাওক।
Step 2: তাৰ পিছত তলৰ ফটোত ৰঙা বাকচত দেখুওৱা তিনি ডাল লাইন থকা Button টোত Click কৰক।
Step 3: তাৰ পিছত প্ৰথমে awaasoft ত ক্লিক কৰিলে ড্ৰপ-ডাউন MENU খন ওলাব তাত report ত ক্লিক কৰিব ।
Step 4: তাৰ পিছত অলপ তললৈ গলে H নম্বৰ টেবুল খনত Beneficiary details for verification বুলি দেখিব, তাত ক্লিক কৰিব।
Step 5: তাৰ পিছত এটি-এটিকৈ আপুনি নিজৰ ৰাজ্যৰ নাম select কৰিলে নিজৰ জিলাৰ নাম দিবলৈ আহিব আৰু ঠিক তেনদৰে নিজৰ BLOCK/উন্নয়ন খণ্ডৰ নাম, পঞ্চায়তৰ নাম, বিত্তীয় বৰ্ষ আৰু আঁচনিৰ নাম (প্ৰধানমন্ত্ৰী অৱাস যোজনা- গ্ৰামীণ) বুলি নিৰ্বাচন কৰিব লাগিব।
Step 6: তাৰ পিছত যিটো গণিতৰ অংক আছে (সাধাৰণতে যোগ বিয়োগেই থাকে) সেইটো সমাধান কৰি Submit ত ক্লিক কৰিব।
Step 7: ইয়াৰ পিছত লগে লগে তলৰ ফালে হিতাধিকাৰীৰ তালিকাখন আপোনাৰ স্ক্ৰীন ত ওলাই পৰিব আৰু আপুনি Download Pdf বিকল্পটি চুই দিলে তালিকাখন আপোনাৰ মোবাইল ত ডাউনলোড হৈ যাব আৰু আপুনি ভালদৰে চাব পাৰিব।
Documents Required for PMAY-Gramin: কি কি Documents লাগিব PMAY-Gramin Apply কৰিবলৈ ?
- আবেদনকাৰীৰ আধাৰ নম্বৰ আৰু আধাৰ কাৰ্ডৰ Self Attested Copy (আধাৰ কাৰ্ডৰ অৰ্থাৎ স্ব-প্ৰমাণিত প্ৰতিলিপি)। যদি আবেদনকাৰী অশিক্ষিত হয়, তেন্তে তেনে ক্ষেত্ৰত আবেদনকাৰীৰ বুঢ়া আঙুলিৰ ছাপৰ সৈতে সন্মতি পত্ৰ ল’ব লাগিব।
- MGNREGA জব কাৰ্ড।
- বেংক একাউণ্টৰ তথ্য। (অৰিজিনেল আৰু ফটোষ্টেট দুয়োটা)।
- স্বচ্ছ ভাৰত মিছন (SBM) নম্বৰ।
- হিতাধিকাৰী বা তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ পকা ঘৰৰ মালিক নহয় বুলি কোৱা শপতনামা।
PMAY-Gramin Online Apply কেনেকৈ কৰিব ?
বৰ্তমান PMAY Online Apply কৰিব নোৱাৰি কাৰণ শেষৰ ফালে Inspector Login বুলি পেজ এটা খোল খাব যত আপুনি Username আৰু Password দি log-in বিকল্প ত ক্লিক কৰিব লাগিব। কিন্তু মন কৰিবলগীয়া কথা যে এই Username আৰু Password আপুনি গাওঁ পঞ্চায়ত বা অৰুণোদয় কেন্দ্ৰত হে পাব।
PMAY-Gramin Registration Form ৰ উপাদানসমূহ
হিতাধিকাৰী পঞ্জীয়নখন মূলতঃ তলত দেখুওৱাৰ দৰে চাৰিটা খণ্ডৰে গঠিত।
- ব্যক্তিগত তথ্য
- বেংক একাউণ্টৰ বিৱৰণ
- হিতাধিকাৰী অভিসৰণৰ বিৱৰণ (MGNREGA জব কাৰ্ড, SBM নম্বৰ)
- কাৰ্যালয়ে পূৰণ কৰা বিৱৰণ
এই PMAY-Gramin Registration Form খন Online যোগে পূৰণ কৰাৰ দায়িত্বত হৈছে আপোনাৰ পঞ্চায়ত অফিচৰ আৰু আপুনি দিয়া Documents অনুসৰি তেওঁলোকে Form খন পূৰণ কৰিব।
PMAY-Gramin Registration Form খনৰ নমুনা এখন তলত Pdf ৰূপত দিয়া হৈছে।
PMAY-Gramin ৰ লাভসমূহ
- সমভূমি অঞ্চলৰ বাবে প্ৰতিখন ঘৰৰ বাবে 1,20,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে।
আনহাতে পাহাৰীয়া অঞ্চল, কঠিন অঞ্চল, আৰু IAP জিলা (হিমালয় ৰাজ্য, উত্তৰ-পূব ৰাজ্য, আৰু জম্মু আৰু কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চল)ৰ প্ৰতিখন ঘৰৰ বাবে 1,30,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। - এজন ইচ্ছুক হিতাধিকাৰীয়ে 3% কম সুতৰ হাৰত 70,000 টকা পৰ্যন্ত প্ৰতিষ্ঠানিক বিত্তীয় (ঋণ)ৰ সুবিধা ল’ব পাৰে আৰু স্থায়ী ঘৰ নিৰ্মাণ কৰিবলৈ সৰ্বোচ্চ মূলধন 2,00,000 টকাৰ ৰাজসাহায্য বিচাৰিব পাৰে। অৰ্থাৎ 1,30,000 টকা এককালিন ৰাজসাহায্য আৰু 70,000 টকা বিত্তীয় ঋণ মুঠ 2 লাখ টকা লাভ কৰিব পাৰে।
- স্বচ্ছ ভাৰত মিছন-গ্ৰামিন (SBM-G)ৰ সৈতে সংগতি ৰাখি হিতাধিকাৰীসকলে শৌচাগাৰ নিৰ্মাণৰ বাবে ₹12,000 টকা পৰ্যন্ত আৰ্থিক সাহায্য লাভ কৰিব পাৰে।
- MG-NREGA সৈতে মিলি হিতাধিকাৰীয়ে 95 দিনৰ বাবে প্ৰতিদিনে ₹ 90.95 টকাত অদক্ষ শ্ৰমিক হিচাপে (গ্ৰাম্য ৰাজমিস্ত্ৰী প্ৰশিক্ষণ) নিয়োগৰ অধিকাৰী বুলি বিবেচিত হব আৰু মুঠ ₹8640.25 টকা লাভ কৰিব।
অৰ্থাৎ 95×90.25= 8640.25 টকা। - প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ সৈতে সংগতি ৰাখি প্ৰতিটো ঘৰত এটাকৈ এল পি জি (LPG) সংযোগৰ ব্যৱস্থা কৰা হৈছে।
- খোৱাপানী পাইপ, বিদ্যুৎ সংযোগ, পৰিষ্কাৰ আৰু কাৰ্যক্ষম ৰন্ধন ইন্ধন, সামাজিক আৰু তৰল আৱৰ্জনা পৰিশোধন আদিৰ বাবে বিভিন্ন চৰকাৰী কাৰ্যসূচীৰ সুবিধা লাভ কৰিব পাৰিব।
PMAY Scheme ৰ যোগ্যতাসমূহ (Eligibility)
- PMAY-Gramin ৰ অধীনত কেঁচা দেৱাল আৰু চাল শূন্য, এক বা দুটা কোঠাৰ ঘৰত বাস কৰা সকলো গৃহহীন পৰিয়ালক যোগ্য হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ’ব। (SECC তথ্য অনুসৰি)।
- স্বয়ংক্ৰিয়/বাধ্যতামূলক অন্তৰ্ভুক্তিৰ বাবে মাপকাঠী:
- আশ্ৰয় নথকা ঘৰ
- নিঃস্ব/ দান-বৰঙণিৰে জীৱন নিৰ্বাহ কৰা
- মেনুৱেল স্কেভেঞ্জাৰ
- আদিম জনজাতীয় গোট
- আইনগতভাৱে মুকলি কৰি দিয়া বন্দী শ্ৰমিক
- তলত দিয়া আৰ্থ-সামাজিক পৰিমাপসমূহৰ পৰা নম্বৰ গণনা কৰা হ’ব আৰু সেই ভিত্তিত অগ্ৰাধিকাৰ দিয়া হব:
- 16 ৰ পৰা 59 বছৰৰ ভিতৰত কোনো প্ৰাপ্তবয়স্ক সদস্য নথকা পৰিয়াল।
- 16 ৰ পৰা 59 বছৰ বয়সৰ ভিতৰত কোনো প্ৰাপ্তবয়স্ক পুৰুষ সদস্য নথকা মহিলাৰ নেতৃত্বত চলা পৰিয়াল।
- 25 বছৰৰ ওপৰৰ কোনো সাক্ষৰ প্ৰাপ্তবয়স্ক নথকা পৰিয়াল।
- কোনো অক্ষম সদস্য আৰু কোনো সক্ষম প্ৰাপ্তবয়স্ক সদস্য নথকা পৰিয়াল।
- ভূমিহীন পৰিয়াল যি নিজৰ আয়ৰ মূল অংশ আকস্মিক শ্ৰমৰ পৰা আহৰণ কৰে।
- বঞ্চনাৰ নম্বৰ বেছি থকা পৰিয়ালসমূহক উপগোটসমূহৰ ভিতৰত উচ্চ স্থান দিয়া হ’ব।
- তদুপৰি,মুঠ পুঁজিৰ 60% SC/ST বাবে পৰিয়ালৰ বাবে নিৰ্ধাৰণ কৰা হ’ব। লগতে মুঠ পুঁজিৰ 15% ৰাষ্ট্ৰীয় পৰ্যায়ত সংখ্যালঘুসকলৰ বাবে পৰিয়ালৰ বাবে নিৰ্ধাৰণ কৰা হ’ব।
- 1995 চনৰ প্ৰতিবন্ধী ব্যক্তি আইন, ৰ বিধানসমূহৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যসমূহে সম্ভৱপৰ পৰিমাণে নিশ্চিত কৰিব লাগিব যে ৰাজ্যিক পৰ্যায়ৰ 3% হিতাধিকাৰী প্ৰতিবন্ধী ব্যক্তি হব লাগিব।
Also Read: আমাৰ অন্য বাতৰি সমূহ
- প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী: Prime Minister’s Employment Generation Programme, PMEGP Loan Interest Rate and How to Apply PMEGP Loan Online?Prime Minister’s Employment Generation Programme (PMEGP Loan): প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী (PMEGP) হৈছে কেন্দ্ৰীয় চৰকাৰৰ এক ক্ৰেডিট-লিংকযুক্ত ৰাজসাহায্য কাৰ্যসূচী আৰু গ্ৰাম্য তথা চহৰ উভয় অঞ্চলতে কৰ্মসংস্থাপন সৃষ্টি কৰা হৈছে এই আচঁনিৰ লক্ষ্য। কৃষি শ্ৰেণীৰ অন্তৰ্গত খণ্ডৰ বাহিৰে সকলো খণ্ডৰ বাবে কেন্দ্ৰীয় খণ্ডৰ আঁচনি উপযোগী। পিএমইজিপি (PMEGP) হৈছে কেন্দ্ৰীয় খণ্ডৰ এক উল্লেখযোগ্য আঁচনি আৰু ই অতি ক্ষুদ্ৰ,…
- SSC PHASE 12 POSTS 2024: ELIGIBILITY CRITERIA, SYLLABUS AND EVERYTHING YOU NEED TO KNOWSSC PHASE 12 POSTS: The Staff Selection Commission (SSC) declared a notice on 26th February 2024 for the SSC Phase 12 Selection Posts 2024. All the details regarding the SSC Phase 12 Posts notice such as primary details, eligibility criteria, application date, last date of online application, etc. are given below: SSC PHASE 12 POSTS:…
- মুখ্যমন্ত্ৰী অসম পুণ্য তীৰ্থ যোজনা: Mukhyamantri Punya Tirtha Yojana Assam 2024, How to Apply?Mukhyamantri Punya Tirtha Yojana Assam: অসম চৰকাৰৰ পৰ্যটনমন্ত্ৰী মাননীয় জয়ন্ত মল্ল বৰুৱা দেৱে চলিত 2024-25 বৰ্ষৰ ৰাজ্যিক বাজেটত ধৰ্মীয় ঐতিহ্য ৰক্ষা আৰু আধ্যাত্মিক পৰ্যটনক উৎসাহিত কৰাৰ দিশত গ্ৰহণ কৰিলে এক উল্লেখযোগ্য পদক্ষেপ। অসম চৰকাৰে ” মুখ্যমন্ত্ৰী অসম পুণ্য তীৰ্থ যোজনা ” (Mukhyamantri Punya Tirtha Yojana Assam) নামেৰে ৰূপায়ন কৰিছে এক বিশেষ আচঁনি। এই আঁচনিৰ অধীনত…
- Latest Update On Mukhya Mantri Nijut Moina Scheme (MMNM) 2024 Assam Online Apply: Know Everything in Detail-Mukhya Mantri Nijut Moina Scheme ৰ সুবিধাসমূহ -MMNM ৰ Eligibility Criteria, -মুখ্যমন্ত্ৰী নিজুত মইনা আঁচনিৰ বাবে কেনেকৈ আবেদন কৰিব ?
- PM Suryoday Yojana Scheme Details: Post Office ৰ জৰিয়তে আৰম্ভ হৈছে এই PM Rooftop Solar Scheme 2024 ৰ বাবে আবেদন প্ৰক্ৰিয়াPM Surya Ghar Yojana: Subsidy Amount / কিমান টকাৰ Subsidy পাব ? Benefits / আঁচনিখনৰ সুবিধাসমূহ কেনেকৈ Apply কৰিব ?
- Post Matric OBC Scholarship 2024 Assam: কেনেকৈ Apply কৰিব আৰু কিমান টকা পাব A-Z ?Post Matric OBC Scholarship Assam: Last Date কেতিয়া ? Scholarship Amount কিমান ? Eligibility কি কি ? Required Documents ?
Wassup? aabedon.com
Did you know that it is possible to send letter entirely in legitimate manner? We put forward a legitimate method of sending requests through feedback forms.
It’s unlikely for messages sent via Feedback Forms to end up in spam, as they are seen as significant.
We provide you with the opportunity to test our service free of charge.
We can dispatch up to 50,000 messages for you.
The cost of sending one million messages is $59.
This offer is automatically generated.
Please use the contact details below to get in touch with us.
Contact us.
Telegram – https://t.me/FeedbackFormEU
Skype live:feedbackform2019
We only use chat for communication.
https://mhpereezd.ru/
https://gruzchikov19.ru/
https://gruzchikivrn.ru
Закажите SEO продвижение сайта https://seo116.ru/ в Яндекс и Google под ключ в Москве и по всей России от экспертов. Увеличение трафика, рост клиентов, онлайн поддержка. Комплексное продвижение сайтов с гарантией.
https://ktm.org.ua/ у нас вы найдете свежие новости, аналитические статьи, эксклюзивные интервью и мнения экспертов. Будьте в курсе событий и тенденций, следите за развитием ситуации в реальном времени. Присоединяйтесь к нашему сообществу читателей!