Mukhyamantri Punya Tirtha Yojana Assam: অসম চৰকাৰৰ পৰ্যটনমন্ত্ৰী মাননীয় জয়ন্ত মল্ল বৰুৱা দেৱে চলিত 2024-25 বৰ্ষৰ ৰাজ্যিক বাজেটত ধৰ্মীয় ঐতিহ্য ৰক্ষা আৰু আধ্যাত্মিক পৰ্যটনক উৎসাহিত কৰাৰ দিশত গ্ৰহণ কৰিলে এক উল্লেখযোগ্য পদক্ষেপ।
অসম চৰকাৰে ” মুখ্যমন্ত্ৰী অসম পুণ্য তীৰ্থ যোজনা ” (Mukhyamantri Punya Tirtha Yojana Assam) নামেৰে ৰূপায়ন কৰিছে এক বিশেষ আচঁনি।
এই আঁচনিৰ অধীনত অসম চৰকাৰে প্ৰতি বিত্তীয় বৰ্ষত অযোধ্যাৰ ৰাম মন্দিৰলৈ ২৫০০০ তীৰ্থযাত্ৰাৰ পৃষ্ঠপোষকতা কৰিব আৰু ইয়াক সফল কৰিবলৈ 25 কোটি টকাৰ বাজেট ধাৰ্য্য কৰা হৈছে।
Table of Contents
How to Apply for Mukhyamantri Punya Tirtha Yojana Assam? / কেনেকৈ Apply কৰিব ?
আবেদন প্ৰক্ৰিয়া এতিয়াও আৰম্ভ হোৱা নাই।
আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে আমাৰ ৱেবচাইট aabedon.com ৰ যোগেদি আপডেট লাভ কৰিব।
ইয়াৰ ফলত আপুনি নিজৰ মোবাইল ব্যবহাৰ কৰিয়ে আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ব।
Also Read: Mission Basundhara 3.0 ৰ বিতং ব্যাখ্যা: A Detailed Explanation
Under Punya Tirtha Yojana, a total of 25000 devotees will be sent to Ram Mandir.#AssamBudget2024 pic.twitter.com/sw9Qq2OH5b
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) February 12, 2024