আয়ুষ্মান অসম প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা: Ayushman Bharat Assam 2024
আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা (AA-MMJAY) হৈছে অসম ৰাজ্যত ৰূপায়িত হোৱা এক স্বাস্থ্য বীমা আঁচনি । ই হৈছে মাননীয় প্ৰধানমন্ত্ৰীৰ বৃহত্তৰ আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ (AB-PMJAY) ৰ আঞ্চলিক ৰূপায়ণ ।